New user account creation has been disabled temporarily. Contact membership at wikimedia.in (via e-mail) if you need one.

Wiki Academy/as

From Wikimedia India Chapter
Jump to: navigation, search
Languages:

English   অসমীয়া   বাংলা   हिन्दी   ಕನ್ನಡ   മലയാളം   मराठी   ଓଡ଼ିଆ   తెలుగు   +/−

Wiki Academy Flyer

ৱিকিপিডিয়া একাডেমী বা ৱিকিপিডিয়া পাঠশালা এটা জনজাগৰণকামী প্রচেষ্টা। ইয়াৰ উদ্দেশ্য হৈছে ৱিকিপিডিয়াৰ বিষয়ে জনসাধাৰণক জাগৃত কৰা আৰু ইয়াত লিখিবলৈ উৎসাহ যোগোৱা। ৱিকি পাঠশালাসমূহ এবেলাৰ পৰা কেইবাদিনিয়া পৰ্য্যন্ত হ'ব পাৰে।

ৰূপৰেখা

উদ্দেশ্য: নিৰ্দিষ্ট একোটা গোট চিনাক্ত কৰি সেই গোটৰ সদস্যসকলৰ বাবে উপযোগী হোৱাকৈ কাৰ্য্যক্রমৰ আয়োজন কৰা। উদাহৰণ স্বৰূপে মহাবিদ্যালয়, অৱসৰপ্রাপ্ত ব্যক্তিৰ গোট ইত্যাদি।

কাৰ্য্যপন্থা:

  • লক্ষ্য গোটসমূহ চিনাক্ত কৰা Identify and prioritize target groups
  • নিৰ্দিষ্ট গোটসমূহৰ বাবে উপযুক্ত কাৰ্য্যক্রম প্রস্তুত কৰা।
  • কাৰ্য্যক্রম অনুস্থিত কৰা।

প্রচাৰপত্রিকা

প্রস্তাবসমূহ

নতুন প্রস্তাব


Things to translate

কাৰ্য্যক্রমণিকা

More on Wiki Academy Wikipedia Academy

দ্রষ্টব্য